• About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit
Bortoman Xomoy | Breaking News Assam & Northeast
Read Today's E-Paper Read Newspaper Online
Download Our Mobile App Available on Google Play
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
Bortoman Xomoy | Breaking News Assam & Northeast
No Result
View All Result
Home ক্ৰীড়া

আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাই গ্লেন মেক্সৱেলৰ অৱসৰ ঘোষণা

Bortoman Xomoy by Bortoman Xomoy
November 3, 2026
in ক্ৰীড়া
0
আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাই গ্লেন মেক্সৱেলৰ অৱসৰ ঘোষণা
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

তেওঁ ক্ৰিজত থকা মানেই বিপৰীত পক্ষৰ বলাৰ বাবে আছিল মূৰৰ কামোৰণি। বাউন্সাৰ, য়ৰ্কাৰ, শ্বৰ্ট, ছুইং যি বলেই নহওঁক কিয় অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰিব পাৰিছিল তেওঁ- যাৰ বাবে প্ৰায়েই বিপাঙত পৰিছিল প্ৰতিপক্ষৰ বলাৰসকল।

বহু যুঁজৰ নায়ক আছিল তেওঁ। বিশেষকৈ এদিনীয়া আৰু টি-২০ ক্ৰিকেটত তেওঁ অষ্ট্ৰেলিয়ালৈ আগবঢ়াইছে অনবদ্য অৱদান। বিশ্বকাপতো তেওঁৰ প্ৰদৰ্শন আছিল সন্তোষজনক। একেদৰে হাতত বল তুলি লৈয়ো সফলতা অৰ্জন কৰিছিল তেওঁ। সেয়ে তেওঁৰ ওপৰত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ আছিল যথেষ্ট আস্থা।

পিছে এতিয়াৰে পৰা আৰু তেওঁক দেখা নাযাব অষ্ট্ৰেলিয়াৰ জাৰ্চিত। দেখা পোৱা নাযাব কেংগাৰু বাহিনীৰ ড্ৰেচিং ৰুমত। আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাই গ্লেন মেক্সৱেলে কৰিছে অৱসৰ ঘোষণা। সোমবাৰে তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। 

উল্লেখযোগ্য যে, ৩৮ বছৰীয়া মেক্সৱেলে দেশক প্ৰতিনিধিত্ব কৰি খেলিছে ১৪৯ খন এদিনীয়া মেচ আৰু ১৩০ খন টি- ২০ মেচ। অৱশ্যে টেষ্ট ক্ৰিকেট খেলিছিল মাত্ৰ ৭খন। তাৰোপৰি ২০১৫ আৰু ২০২৩ৰ এদিনীয়া বিশ্বকাপতো দেশক কৰিছিল প্ৰতিনিধিত্ব। একেদৰে ২০২১ৰ টি-২০ বিশ্বকাপ দলতো আছিল তেওঁ।

এদিনীয়া সংস্কৰণত তেওঁ সংগ্ৰহ কৰিছে ৩,৯৯০ ৰান আৰু টি-২০ত ২,৮৯৭ ৰান। তেওঁৰ নামত আছে ১৩৬টা আন্তৰ্জাতিক উইকেট।

Previous Post

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৯ জনৰ মৃত্যু…

Next Post

দিপাৱলীত নিশা ১০বজাৰ পিছত ফুটাব নোৱাৰিব ফটকা! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা…

Bortoman Xomoy

দিপাৱলীত নিশা ১০বজাৰ পিছত ফুটাব নোৱাৰিব ফটকা! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

সংযুক্ত হৈ থাকক

  • 24k Followers
  • 99 Subscribers
  • Trending
  • Comments
  • Latest
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

October 15, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

September 23, 2026
জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

November 13, 2026
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

0
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

0
বিলাস ইন্ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীত বৃহৎ ৰদ-বদল!

Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

0
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

শেহতীয়া সংযোজন

Bortoman Xomoy” is a registered multilingual weekly publication based in Assam, India, according to the Press Registrar General of India.

Follow Us

Browse by Category

  • Blog
  • public
  • অপৰাধনামা
  • অসম
  • কেৰিয়াৰ
  • ক্ৰীড়া
  • গুৱাহাটী
  • জীৱনশৈলী
  • দেশ
  • প্ৰযুক্তি
  • বিশ্ব
  • ব্যৱসায়
  • মনোৰঞ্জন

Recent News

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

November 13, 2026
  • About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit

© 2026 Bortoman Xomoy

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ

© 2026 Bortoman Xomoy