অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি
মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী
উচ্ছেদৰ বিৰুদ্ধে ১৯ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ ঘোষণা এবিএমএছইউৰ
১৪ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন
‘শিল-কয়লা খনন কৰিবলৈ দিয়া নহ’ব’: চিতু বৰুৱা
জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

গুৱাহাটী

অসম

ভাৰত

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ লোকসভাৰ সৰ্বাধিক আসনসংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰাৰ সাংবিধানিক সংশোধনী আনিবলৈ বিশেষ অধিৱেশন আহ্বানৰ পৰিকল্পনা কৰিছে...

Read more

মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি মুখামুখি ৰাজহুৱা বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। নতুন দিল্লী,...

Read more

‘গৃহবন্দী’ কৰি ৰখাৰ অভিযোগ সোণম ৱাংচুকৰ; স্থানীয় নিৰ্বাচনৰ পূৰ্বে কি বাৰ্তা পৰিৱেশ কৰ্মীগৰাকীৰ?

বৃহস্পতিবাৰে ৱাংচুকে অভিযোগ কৰে যে তেওঁক বাস্তৱিকতে ‘গৃহবন্দী’ কৰি ৰখা হৈছে। কেইবাজনো সশস্ত্ৰ প্ৰহৰীয়ে তেওঁৰ বাসগৃহ ঘেৰি ৰখা বুলিও দাবী...

Read more

অপৰাধনামা

চলচ্চিত্ৰৰ অডিচনৰ প্ৰলোভন: মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা

আগৰতলা, ১৩ নৱেম্বৰ: চলচ্চিত্ৰত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে বেংগালুৰুলৈ নিয়া ত্ৰিপুৰাৰ এগৰাকী নাবালিকাক সন্দেহজনক মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ...

  • Trending
  • Comments
  • Latest

ক্ৰীড়া

মনোৰঞ্জন

মুক্তিৰ অষ্টম দিনতে বিশ্বজুৰি ১,০০০ কোটিৰ ক্লাবত ‘ৰামায়ণ: পাৰ্ট ১’

নতুন দিল্লী, ১৩ নৱেম্বৰ: মুক্তিৰ মাত্ৰ আঠ দিনৰ ভিতৰতে বিশ্বজুৰি ১,০০০ কোটি টকাৰ ব্যৱসায়ৰ সীমা অতিক্ৰম কৰিছে ৰণবীৰ কাপুৰ অভিনীত...

Read more

জীৱনশৈলী

বিশ্ব বতৰা

সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীয়ে গুলীচালনা কৰে। এই ঘটনাত ৱাশ্বিংটন ডিচিৰ লগান চাৰ্কল এলেকাত মুঠ পাঁচজন লোক গুলীবিদ্ধ হৈছে। তাৰে এজনৰ...

Jensen Huangৰ পদত্যাগত বিশ্বজুৰি জোকাৰণি, চীনৰ সৈতে সম্পৰ্কক লৈ NVIDIAৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন

চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা ব্যৱসায়িক সহযোগীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ অভিযোগ; CFO Colette Kressক অন্তৱৰ্তীকালীন CEOৰ দায়িত্ব...

শেহতীয়া খবৰ

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

ইয়াৰ পূৰ্বে ২০০০ চনত শ্বাৰজাহত শ্ৰীলংকাৰ হাতত ২৪৫ ৰানত পৰাস্ত হৈছিল ভাৰত। অৰ্থাৎ ২৬ বছৰ আগৰ সেই লজ্জাজনক অভিলেখৰ অতি...

Read more

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ লোকসভাৰ সৰ্বাধিক আসনসংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰাৰ সাংবিধানিক সংশোধনী আনিবলৈ বিশেষ অধিৱেশন আহ্বানৰ পৰিকল্পনা কৰিছে...

Read more

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰলৈ বৃদ্ধি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। গুৱাহাটী, ১৩ নৱেম্বৰ:...

Read more

মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি মুখামুখি ৰাজহুৱা বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। নতুন দিল্লী,...

Read more

উচ্ছেদৰ বিৰুদ্ধে ১৯ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ ঘোষণা এবিএমএছইউৰ

সংখ্যালঘু সম্প্ৰদায়ক বাছি বাছি উচ্ছেদ চলোৱাৰ অভিযোগ তুলি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবী কৰিছে এবিএমএছইউৱে। তামুলপুৰ, ১৩ নৱেম্বৰ: অসমত সংখ্যালঘু...

Read more
Page 1 of 21 1 2 … 21

সংযুক্ত হৈ থাকক

জনপ্ৰিয় লিখনি