শেহতীয়া খবৰ

Jensen Huangৰ পদত্যাগত বিশ্বজুৰি জোকাৰণি, চীনৰ সৈতে সম্পৰ্কক লৈ NVIDIAৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন

চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা ব্যৱসায়িক সহযোগীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ অভিযোগ; CFO Colette Kressক অন্তৱৰ্তীকালীন CEOৰ দায়িত্ব...

Read more

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ সুৰক্ষিত কৰিবলৈ নতুন নিৰ্দেশনা প্ৰস্তুত, ২০২৭ৰ প্ৰথমাৰ্ধত প্ৰকাশৰ লক্ষ্য

শিশুৰ ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমিং ব্যৱহাৰ সুৰক্ষিত কৰিবলৈ NCPCR-এ নতুন নিৰ্দেশনাৰ খচৰা ডিচেম্বৰত ৰাজহুৱা মতামতৰ বাবে প্ৰকাশ কৰিব। ২০২৭...

Read more

“CAA আমি মনা নাই, CAA আমি কেতিয়াও নামানো”; পুনৰ সৰৱ ছাত্ৰনেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নাগৰিকত্ব সংশোধনী আইন (CAA) কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰিলে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসমৰ বাকী ২৮খন...

Read more

ভুৱা আলফা দাবীপত্ৰ প্ৰচাৰৰ অভিযোগত ‘বেঙেনা’ক গ্ৰেপ্তাৰ

নামতোলা, ১৩ নৱেম্বৰ: ভুৱা আলফা (স্বাধীন)ৰ ধন দাবীপত্ৰ প্ৰচাৰ আৰু বিতৰণ কৰি ব্যৱসায়ীসকলৰ মাজত আতংক সৃষ্টিৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে মৃদুপৱন...

Read more

চলচ্চিত্ৰৰ অডিচনৰ প্ৰলোভন: মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা

আগৰতলা, ১৩ নৱেম্বৰ: চলচ্চিত্ৰত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে বেংগালুৰুলৈ নিয়া ত্ৰিপুৰাৰ এগৰাকী নাবালিকাক সন্দেহজনক মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ...

Read more
Page 3 of 21 1 2 3 4 … 21

সংযুক্ত হৈ থাকক

জনপ্ৰিয় লিখনি