• About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit
Bortoman Xomoy | Breaking News Assam & Northeast
Read Today's E-Paper Read Newspaper Online
Download Our Mobile App Available on Google Play
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
Bortoman Xomoy | Breaking News Assam & Northeast
No Result
View All Result
Home অসম

সোণকোষ নদীৰ মাছ খাই একেটা পৰিয়ালৰ চাৰিজন অসুস্থ

razinx01 by razinx01
November 1, 2026
in অসম
0
সোণকোষ নদীৰ মাছ খাই একেটা পৰিয়ালৰ চাৰিজন অসুস্থ
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

 গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ মাজেৰে বৈ যোৱা সোণকোষ নদীৰ মাছ খাই শনিবাৰে একেটা পৰিয়ালৰ শিশু-মহিলাসহ চাৰিগৰাকী লোক অসুস্থ হৈ চিকিৎসাধীন হৈছে ৷ অসুস্থ লোক সকল গোসাইগাঁও মহকুমাৰ মাণ্ডাৰীয়া গাঁৱৰ বাসিন্দা অন্যাৰ বসুমতাৰী (৫৬), ঝৰ্ণা বসুমতাৰী (২২), হায়ানচৰ বসুমতাৰী(১২)  আৰু লালিনা বসুমতাৰী(৫) বুলি চিনাক্ত কৰা হৈছে ৷

অসুস্থ  কেইজনক ততাতৈয়াকৈ কচুগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ উল্লেখ্য যে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ২৯ অক্টোবৰত হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ পাছত সোণকোষ নৈৰে পাহাৰীয়া অঞ্চলৰ পৰা ঘোলা পানী বৈ আহে আৰু গোসাইগাঁও মহকুমাৰ সীমান্ত এলেকাত বানৰ আশংকাৰ সৃষ্টি হৈছিল ৷ অৱশ্যে সিদিনা নিশাৰ ভাগতে পানী কমি যায় যদিও ৩০ অক্টোবৰ সন্ধিয়াৰ পৰা সংকোষ নদীত মাছৰ উজান উঠিছিল ৷

পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা ঘোলা পানীত হাজাৰ হাজাৰ মৰা আধমৰা মাছ ভাহি আহে৷ ইয়াৰ খবৰ পোৱাৰ লগে লগে ৰাইজে সোণকোষ নদীত মাছ মাৰি আনে আৰু ভক্ষণ কৰে ৷ ইপিনে এই মাছ ভক্ষণ কৰিলে স্বাস্থ্যজনিত সমস্যা হোৱাৰ আশংকা থাকিব পাৰে বুলি জিলা প্ৰশাসনে এই মাছ ধৰা বা খাবলৈ নিষেধাজ্ঞা জাৰি কৰিছিল যদিও একাংশ লোকে উক্ত মাছ ভক্ষণ কৰে ৷ ইয়াৰ পাচতে একেটা পৰিয়ালৰ চাৰি গৰাকী লোক অসুস্থ হৈ পৰাৰ লগতে মহকুমাখনৰ আৰু কেবাজনো অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে ৷

Previous Post

Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

Next Post

ব্যক্তিগত প্ৰচেষ্টাৰে চফ্ৰাই নৈৰ ওপৰত দলং নিৰ্মাণ

razinx01

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

সংযুক্ত হৈ থাকক

  • 24k Followers
  • 99 Subscribers
  • Trending
  • Comments
  • Latest
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

October 15, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

September 23, 2026
জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

November 13, 2026
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

0
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

0
বিলাস ইন্ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীত বৃহৎ ৰদ-বদল!

বিলাস ইন্ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীত বৃহৎ ৰদ-বদল!

0
Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

0
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

শেহতীয়া সংযোজন

Bortoman Xomoy” is a registered multilingual weekly publication based in Assam, India, according to the Press Registrar General of India.

Follow Us

Browse by Category

  • Blog
  • public
  • অপৰাধনামা
  • অসম
  • কেৰিয়াৰ
  • ক্ৰীড়া
  • গুৱাহাটী
  • জীৱনশৈলী
  • দেশ
  • প্ৰযুক্তি
  • বিশ্ব
  • ব্যৱসায়
  • মনোৰঞ্জন

Recent News

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

November 13, 2026
  • About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit

© 2026 Bortoman Xomoy

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ

© 2026 Bortoman Xomoy