No Result
View All Result
- কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ দক্ষতা পদক ২০২৬ প্ৰদান
- অসমৰ কেইবাগৰাকী আৰক্ষী বিষয়ালৈ এই পদক
- ড০ পাৰ্থসাৰথি মহন্ত, আৰক্ষী আয়ুক্ত, গুৱাহাটীলৈ এই পদক
- জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগুলৈ এই পদক
- অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকলৈ পদক
- অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মালৈ পদক
- অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী তালুকদাৰলৈ এই পদক
- পৰিদৰ্শক কমলেশ সিং, ভাস্কৰ মল্ল পাটোৱাৰী, চন্দনজ্যোতি বৰালৈ পদক
- পৰিদৰ্শক ড০ শংকৰজ্যোতি নাথ, বিক্ৰম বসুমতাৰী, কপিল পাঠকলৈ পদক
- উপ-পৰিদৰ্শক ৰোহিত দাস, অংখুমি কলিতা, ডেইজী নাথ, জিতুমণি ৰাভালৈ পদক
- উপ-পৰিদৰ্শক প্ৰণৱজ্যোতি ভট্টাচাৰ্য, আহমেদ আলীলৈ পদক
- লেন্স নায়ক কমল বড়ো, কনিষ্টবল বকুল মেধিলৈ পদক
No Result
View All Result