শেহতীয়া খবৰ

শুকুৰবাৰে নিশা ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’ৰ অনলাইন বৈঠক সমাপ্ত, বৈঠকত কি কি হ’ল সিদ্ধান্ত?

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন অধিক তীব্ৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’য়ে। শুকুৰবাৰে নিশা...

Read more

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ দক্ষতা পদক ২০২৬ প্ৰদান

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ দক্ষতা পদক ২০২৬ প্ৰদান অসমৰ কেইবাগৰাকী আৰক্ষী বিষয়ালৈ এই পদক ড০ পাৰ্থসাৰথি মহন্ত, আৰক্ষী আয়ুক্ত, গুৱাহাটীলৈ এই...

Read more

শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নামহাট সন্মিলনৰ দ্বিতীয় দিনা সহস্ৰাধিক ভক্ত উপস্থিত…

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নামহাট সন্মিলনৰ দ্বিতীয় দিনা হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত এক ভক্তিৰসাপ্লুত পৰিৱেশে বিৰাজ কৰে। ইস্কন নামহাট অসমৰ...

Read more

অবৈধ বালি ব্যৱসায়ৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত সাংবাদিক

ডিঙিত ওলমি আছিল সাংবাদিকৰ পৰিচয়বাহী ৰঙা আই-কাৰ্ড। হাতত আছিল মোবাইল কেমেৰা। তথাপিও ৰক্ষা নপৰিল সাংবাদিক ! নিশা অবৈধ বালিৰ বেহাৰ...

Read more

ব্যক্তিগত প্ৰচেষ্টাৰে চফ্ৰাই নৈৰ ওপৰত দলং নিৰ্মাণ

দানোৎসৱৰ সৈতে সংগতি ৰাখি দেওবাৰে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁও আৰু খনা বাঁহবাৰী সংযোগী পথত চফ্ৰাই নৈৰ ওপৰত ব্যক্তিগত পুঁজিৰে...

Read more
Page 19 of 21 1 … 18 19 20 21

সংযুক্ত হৈ থাকক

জনপ্ৰিয় লিখনি